अर्थ : পেট আৰু কলিজাৰ বায়ু অলপ ৰখাই ৰখাই ডিঙিৰে উলিয়াই দিয়া বা ওলাই অহা এক দৈহিক কার্য
उदाहरणे :
শিশুটোৰ বৰকৈ হিঁকটি আহিছে
अर्थ : ভয়ৰ কাৰণে কথা কʼবলৈ সংকোচ কৰা
उदाहरणे :
মালিকক দেখি চকীদাৰটোৰ হিঁকটি বন্ধ হৈ গʼল
समानार्थी : হেঁকেটি