अर्थ : মছলা আৰু ৰঙৰ কাৰণে খাদ্যত ব্যৱহাৰ কৰা এবিধ উদ্ভিদৰ মূল
उदाहरणे :
হালধি এবিধ ৰোগ প্রতিষেধক ঔষধ
समानार्थी : হৰিদ্রা
अर्थ : মছলা হিচাপে ব্যৱহাৰ কৰা ঔষধি গুণসম্পন্ন একপ্রকাৰৰ উদ্ভিদ
उदाहरणे :
সময়মতে পানী নিদিয়াৰ কাৰণে হালধিবোৰ শুকাই গʼল
समानार्थी : হৰিদ্রা