सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ
उदाहरणे : তাৰ হাতত বৰ জোৰ আছে
समानार्थी : কৰ, পাণি, ভূজ, হস্ত
अर्थ : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ
उदाहरणे : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল
समानार्थी : কৰ, হস্ত
अर्थ : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল
उदाहरणे :
समानार्थी : কৰ, পাণি, হস্ত
अर्थ : মণিবন্ধৰ আগৰ অংশ
उदाहरणे : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল
समानार्थी : কৰ
अर्थ : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য
उदाहरणे : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে
समानार्थी : দখল, সামর্থ্য
अर्थ : সা-সঁজুলি আদিৰ ধৰা অংশ
उदाहरणे : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে
समानार्थी : ঠাৰি, মুঠি, হাতোৰা, হেণ্ডেল
स्थापित करा