सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শিল, বালি, ইটা, কাঠ আদিৰে নি্র্মাণ কৰা স্থাপত্য বিশেষ
उदाहरणे : এই ভৱনটো নি্র্মাণ কৰোতে তিনিবছৰ লাগিছে
समानार्थी : অট্টালিকা, ইমাৰত, কাৰেং, দালান, প্রাসাদ, বাস্তু, ভৱন, মহল, সৌধ, হাবেলি
अर्थ : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই
उदाहरणे : এই ঘৰটোত পাঁচটা কোঠা আছে
समानार्थी : আবাসস্থান, আলয়, গৃহ, ঘৰ, ঘৰ-দুৱাৰ, ঘৰ-বাৰী, নিলয়
स्थापित करा