पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সৰু शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সৰু   বিশেষণ

अर्थ : যাৰ তলতকৈ তাৰ ওচৰে-পাজৰে থকা তল ওখ বা যি অলপ তলত বা গভীৰত

उदाहरणे : এভাৰেষ্টৰ তুলনাত নন্দা দেৱী চাপৰ পর্বত

समानार्थी : অনুচ্চ, চাপৰ, চাফৰ, চুটি-চাপৰ, চুটি-মুটি, নিম্ন

अर्थ : মাত্রা, আকাৰ, বিস্তাৰ আদিত সীমিত বা বেলেগৰ তুলনাত কম

उदाहरणे : মোৰ ঘৰটো বৰ সৰু শিশুৰ কাৰণে মই এটা অকণমানি খেলনা কিনিব লাগে

समानार्थी : অকণমানি, অকমানি

अर्थ : সৰু আকাৰ বা অবয়ৱযুক্ত

उदाहरणे : বাওনা মানুহজনে জপিয়াই জপিয়াই গছৰ ডালটো ধৰিবৰ কাৰণে চেষ্টা কৰি আছে

समानार्थी : বাওনা, বামন

अर्थ : যাৰ জন্ম পিছত হৈছে

उदाहरणे : লক্ষ্মণ ৰামৰ অনুজ ভায়েক আছিল

समानार्थी : অনুজ, কনিষ্ঠ

अर्थ : দীঘ আৰু প্রস্থত কম

उदाहरणे : দর্জীয়ে ব্লাউজটো বৰ ঠেক কৰি চিলাই দিলে আজিকালিৰ বেছিভাগ ডেকা-গাভৰুৱে সৰু কাপোৰ পিন্ধিবলৈ ভাল পায়

समानार्थी : চেপা, ঠেক

चौपाल