सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পঞ্জাবৰ এখন প্রাচীন নদী
उदाहरणे : সৰস্বতী এতিয়া লুপ্ত হৈ গʼল সৰস্বতীৰ গণনা ভাৰতৰ ডাঙৰ নদীবোৰৰ ভিতৰত হয়
समानार्थी : সিন্ধুমাতা
अर्थ : বিদ্যা আৰু বাণীৰ অধিষ্ঠাত্রী দেৱী
उदाहरणे : সৰস্বতীৰ বাহন হংস
समानार्थी : কাদম্বৰী, পদ্মাসনা, বাগ্দেৱী, বাণী, বিদ্যাদেৱী, বীণাপাণি, ভাৰতী, মহাশ্বেতা, শতৰূপা, শুক্লা, সর্ব্ব্্শুক্লা, সাৰদা, হংসবাহিনী, হংসাৰূহা
स्थापित करा