सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : অকপট হোৱা অৱস্থা বা ভাব
उदाहरणे : সৰলতা মানুহৰ ভাল চৰিত্রৰ এটা লক্ষণ
समानार्थी : ঋজুতা, কপটহীনতা
अर्थ : সামান্য বা সাধাৰণ হোৱাৰ ভাব বা অৱস্থা
उदाहरणे : চাৰিত্রিক সৰলতা ডাঙৰ-ডাঙৰ বিদ্বানৰ এক গুণ
समानार्थी : অমায়িকতা, ঋজুতা, সহজতা, সামান্যতা
अर्थ : সহজ হোৱা অৱস্থা বা ভাব
उदाहरणे : মোৰ কাৰণে যি কাম কঠিন আছিল অৰুণাই তাক সহজতে কৰি দিলে
समानार्थी : ঋজুতা, সহজ, সহজতা
स्थापित करा