पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील স্বৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

স্বৰ   বিশেষ্য

अर्थ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়

उदाहरणे : তেওঁৰ ্ মাতটো বৰ মিঠা

समानार्थी : কণ্ঠ, গলা, বোল, মাত

अर्थ : সংগীতৰ সাতোটা নিশ্চিত ধ্বনি

उदाहरणे : ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঙ্কজ, ধৈৱৎ আৰু নিষাদ -- এই কেইটা সংগীতৰ সপ্ত স্বৰ

समानार्थी : সুৰ

अर्थ : যিটো শুনা যায়

उदाहरणे : এটা তীব্র শ্্ব্দই তাৰ মনোযোগ ভাঙি দিলে

समानार्थी : অনুনাদ, আৰাও, আৰাৱ, আৱাজ, ডাক, ধ্বনি, নাদ, নিনাদ, নিস্বান, শ্্ব্দ, স্বন, স্বনন, ৰণন, ৰাৱ

अर्थ : যি ্বর্ণই আন বর্ণৰ ্সহায় নোলোৱাকৈ উচ্চাৰণ হয়

उदाहरणे : হিন্দীত তেৰটা স্বৰ আছে

समानार्थी : স্বৰ অক্ষৰ, স্বৰ বর্ণ

चौपाल