सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জাতি বা সমাজৰ লোক
उदाहरणे : অন্য জাতিৰ পৰা বিয়া কৰোৱাৰ কাৰণে জ্ঞাতিয়ে শ্যামৰ ঘৰলৈ অহা-যোৱা বন্ধ কৰি দিলে
समानार्थी : গোষ্ঠী, জ্ঞাতি
अर्थ : একে জাতি বা বর্গৰ
उदाहरणे : এতিয়াও বেছিভাগ পৰিয়ালৰ মাজত স্বজাতিৰ মাজৰ বিবাহকহে স্বীকৃতি দিয়া হয়
समानार्थी : স্বজাতীয়, ্সমবর্গী ্সমবর্গীয়
स्थापित करा