अर्थ : মেঘ নথকা
उदाहरणे :
ৰাতি মেঘহীন আকাশত তৰাবোৰ জিলিকি আছিল
समानार्थी : অভ্রহীন, নির্মেঘ, নি্র্ম্্ল আকাশ, নিৰভ্র, পৰিস্কাৰ আকাশ, মেঘমুক্ত, মেঘশূন্য, মেঘহীন
अर्थ : যাৰ সন্মুখত বা মাজত থাকিলেও সিপাৰৰ বস্তু দেখা পোৱা যায়
उदाहरणे :
চিচা এবিধ প্রতিফলক পদার্থ
समानार्थी : প্রতিফলক