सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শৰীৰৰ কোনো অংশত অত্যন্ত বিষোৱা, তেজ গোটমাৰি পূঁজ ্ জমা হৈ সৃষ্টি হোৱা এবিধ উখহা ৰোগ
उदाहरणे : তেওঁ ্ সদায় ফোঁহোৰাটো পৰিষ্কাৰ কৰি মলম-পট্টি লগায়
समानार्थी : গাঁড়, নাৰেঙা, নাৰেঙ্গা, ফোহা, ফোহোৰা, বিহফোঁহা, ব্রণ, স্ফোট
अर्थ : জ্বলিলে বা পুৰিলে চালত পানী জমা হৈ ফুলি উঠা অংশ
उदाहरणे : জুইয়ে পোৰাত মোহনৰ গাত ঠায়ে ঠায়ে জোলা বান্ধিছে
समानार्थी : জোলা, ঢোপ, ঢৌ, পানীজোলা
स्थापित करा