अर्थ : অটল বা স্থিৰ হোৱা অৱস্থা
उदाहरणे :
পৰিস্থিতিৰ স্থিৰতাৰ বাবে তেওঁ জীৱনত সফল হৈ গৈ থাকিল
अर्थ : দৃঢ় হোৱা অৱস্থা বা ভাব
उदाहरणे :
ৰামৰ এই কামটোৰ কাৰণে আমাৰ সম্পর্কত আৰু দৃঢ়তা আহি পৰিল
समानार्थी : দৃঢ়তা