पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील স্থিৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

স্থিৰ   বিশেষণ

अर्थ : যিজন বিচলিত নহয়

उदाहरणे : অবিচলিত লোকে নিজৰ লক্ষ্যত সহজেই উপনীত হয়

समानार्थी : অবিচল, অবিচলিত

अर्थ : যি সিদ্ধান্ত সলনি নহয়

उदाहरणे : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল

समानार्थी : অটল, অবিচল, একনিষ্ঠ, একাগ্র, দৃঢ়, নিমগ্ন

अर्थ : যি চঞ্চল নহয়

उदाहरणे : মানুহজন গম্ভীৰ স্বভাৱৰ

समानार्थी : অচঞ্চল, অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, ধীৰ, সুগম্ভীৰ

अर्थ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

उदाहरणे : পাহাৰ-পর্বত স্থিৰ

समानार्थी : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল

अर्थ : যʼত তৰঙ্গ উঠি থকা নাই

उदाहरणे : শ্যামে স্থিৰ পানীতলৈ শিল দলিয়াই আছে

समानार्थी : শান্ত

अर्थ : যʼত কোনো পৰি্ৱর্তন ্বা সাল-সলনি নহয় বা একে স্থিতিতে থকা

उदाहरणे : কিছুমান বস্তুক স্থিৰ তাপমানত ৰখা হয়

अर्थ : যাৰ চিত্ত স্থিৰ

उदाहरणे : স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে

समानार्थी : অচঞ্চল, অমত্ত, প্রশান্ত, শান্ত, স্থিৰচিত্ত

अर्थ : যি চলা-ফুৰা কৰিব নোৱাৰে

उदाहरणे : গছবোৰ সজীৱ সত্ত্বেও অচল

समानार्थी : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল

अर्थ : যাৰ গতি নাই, কিন্তু গতি দিব পৰা যায়

उदाहरणे : গতিহীন গাড়ীখন হঠাৎ চলিবলৈ ধৰিলে

समानार्थी : অগতি, গতিশূন্য, গতিহীন

चौपाल