अर्थ : পদ, মর্যাদা আদিৰ বিচাৰেৰে সমাজত কোনো ব্যক্তি, সংস্থা আদিৰ সেই বিধিসন্মত স্থিতি যি নিজৰ ক্ষেত্রত কিছু নিশ্চিত পৰিধি লাভ কৰে
उदाहरणे :
কাৰোবাৰ স্থিতি্ তেওঁৰ মর্যাদা, পদ, সন্মান আদিৰ পৰিচায়ক হয়
समानार्थी : অৱস্থিতি
अर्थ : সত্তাৰ ভাব
उदाहरणे :
আমাৰ মনত কেতিয়াবা-কেতিয়াবা এইটো ভাবৰ উদয় হয় যে ঈশ্বৰৰ অস্তিত্ব আছে
समानार्थी : অধিস্থান, অস্তিত্ব, অৱস্থিতি, বিদ্যমানতা, বিৰাজ, বিৰাজমানতা, সত্তা