सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সেই ঠাই বা সেই ঠাইৰ সৈতে সম্বন্ধিত
उदाहरणे : এইখন বেণাৰসৰ এখন স্থানীয় বাতৰি-কাকত
समानार्थी : আঞ্চলিক
अर्थ : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
उदाहरणे : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই
समानार्थी : আঞ্চলিক, থলুৱা, দেশজ, দেশজাত, দেশী, দেশীয়, মূল
स्थापित करा