अर्थ : যিটো বস্তু প্রথমতে থকা স্থানৰ পৰা অন্য কোনো স্থানলৈ পঠিয়াই দিয়া হয়
उदाहरणे :
স্থানান্তৰিত ব্যক্তিজন কাইলৈৰ পৰা কার্যালয়লৈ আহিব
अर्थ : নিজৰ স্থানৰ পৰা আঁতৰ্াই দিয়া
उदाहरणे :
তেওঁ ্ স্থানচ্যুত বস্তুবোৰ আকৌ নিজৰ নিজৰ ঠাইত ৰাখিছিল
समानार्थी : অপসাৰিত, অপসৃত, দূৰীকৃত, দূৰীভূত, স্থানচ্যুত