पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील স্থানান্তৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

স্থানান্তৰ   বিশেষ্য

अर्थ : স্থানান্তৰিত কৰা বা এঠাইৰ পৰা অন্য এঠাইলৈ লৈ যোৱা কার্য

उदाहरणे : কালিয়েই তেওঁ নিজৰ ঘৰুৱা-সামগ্রীৰ স্থানান্তৰ কৰিলে

अर्थ : ্কোনো বিভাগ বা ঠাইৰ পৰা অধিকাৰী বা বিষয়াবর্গক অন্য কোনো ঠাই বা বিভাগলৈ পঠিওৱা কার্য

उदाहरणे : এই কার্যালয়টোৰ দুজন কর্ম্্চাৰীক বদলি কৰা হৈছে

समानार्थी : বদলি, স্থানান্তৰণ

अर्थ : এঠাইৰ পৰা আন ঠাইলৈ যোৱা কার্য

उदाहरणे : ৰামৰ বন গমনৰ খবৰ পাই অযোধ্যাবাসী দুখত ভাগি পৰিল আমি আধা ঘণ্টাৰ পিছত প্রস্থান কৰিম

समानार्थी : গমন, গুচি যোৱা-, প্রস্থান, প্রয়াণ, পয়াণ, যোৱা-, স্থানত্যাগ, ৰাওনা

चौपाल