सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জন্তুক পৰিচালনা কৰিবলৈ বা খেদোতে মাৰিবলৈ ব্যৱহাৰ কৰা সূতা বা চামৰাৰে বটি লোৱা যতন
उदाहरणे : জন্তুক বশ কৰি ৰাখিবলৈ চাবুক ব্যৱহাৰ কৰা হয়
समानार्थी : চাবুক
अर्थ : গৰু খেদিবলৈ ব্যৱহাৰ সৰু মাৰি
उदाहरणे : চাবুকৰ মূৰত জোঙা গজাল লগোৱা থাকে
समानार्थी : এচাৰি, চাবুক
स्थापित करा