सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি ঈশ্বৰ বা দেৱতা আদিৰ ভক্তি কৰে
उदाहरणे : তেওঁ হনুমানৰ ভক্ত
समानार्थी : উপাসক, ভকত, ভক্ত, সাধক
अर्थ : মন্দিৰত দেৱতা আদিৰ পূজা কৰিবৰ কাৰণে নিযুক্ত কৰা ব্যক্তি
उदाहरणे : শ্যামৰ দেউতাক এই মন্দিৰটোৰ পূজাৰী
समानार्थी : পূজাৰী
अर्थ : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়
उदाहरणे : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে
समानार्थी : অনুচৰ, আলধৰা, কামলা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা
अर्थ : কাৰোবাৰ বা কোনো ধৰণৰ সেৱা আগবঢ়াওতা
उदाहरणे : আন্না হাজাৰেʼ সমাজ সেৱক
स्थापित करा