अर्थ : যুদ্ধৰ কাৰণে প্রশিক্ষিত আৰু অস্ত্র-শস্ত্রৰে সজ্জিত সৈনিক বা চিপাহীৰ গোট
उदाहरणे :
ভাৰতীয় সেনাবাহিনীয়ে শত্রুৰ শৃংখলা ছেদেলি-ভেদেলি কৰি দিলে
समानार्थी : ফৌজ, সেনা, সেনানী, সেনাবাহিনী, সৈন্যদল
अर्थ : সেনাৰ সমূহ
उदाहरणे :
আলেকজেণ্ডাৰৰ পিছত ্তেওঁৰ দক্ষ সেনাবাহিনী গৈ আছে
समानार्थी : সেনাবাহিনী, সৈন্যদল