अर्थ : একাগ্রচিত্ত হৈ বা ধ্যান সহকাৰে চোৱা কার্য
उदाहरणे :
সন্মুখৰজনৰ সূক্ষ্মপৰীক্ষাৰ পৰা বাচিবৰ কাৰণে তেওঁ চকু তল কৰিলে
समानार्थी : সূক্ষ্মপৰ্যবেক্ষণ
अर्थ : অধ্যয়ন কৰা কোনো বিষয়ৰ একাগ্রচিত্তে মনত পেলোৱা এক অৱস্থা
उदाहरणे :
বৈজ্ঞানিকসকলে ঘণ্টা ধৰি অনুপৰীক্ষাত লাগি আছে
समानार्थी : অনুপৰীক্ষা