सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : স্বর্গ আদিত বাস কৰে বুলি বিশ্বাস কৰি ভক্তি সহকাৰে পূজা কৰা অমৰ প্রাণী
उदाहरणे : এই মন্দিৰটোত ভালেমান দেৱতাৰ মূর্তি স্থাপন কৰা আছে
समानार्थी : দেৱ, দেৱতা, দৈত্যাৰি
अर्थ : সংগীতৰ সাতোটা নিশ্চিত ধ্বনি
उदाहरणे : ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঙ্কজ, ধৈৱৎ আৰু নিষাদ -- এই কেইটা সংগীতৰ সপ্ত স্বৰ
समानार्थी : স্বৰ
अर्थ : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা
उदाहरणे : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল
समानार्थी : কণ্ঠ, লয়
अर्थ : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে
उदाहरणे : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে
समानार्थी : পৰাক্রমী, বলৱান, বাহাদুৰ, বীৰ, সাহসী
स्थापित करा