सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ভাল চৰিত্রৰ বা যাৰ চাল-চলন ভাল
उदाहरणे : চৰিত্রবান লোকহে সমাজৰ প্রকৃত কর্ণ্্ধাৰ স্বৰূপ হʼব পাৰে
समानार्थी : চৰিত্রবান, শিষ্টাচাৰী, সচ্চৰিত্র, সদাচাৰী
अर्थ : যাৰ স্বভাৱ ভাল
उदाहरणे : সৌম্য লোকে নিজৰ আচৰণৰ দ্বাৰা সকলোৰে হৃদয় জয় কৰে
समानार्थी : সুজন, সৌম্য
अर्थ : অত্যন্ত সুন্দৰ
उदाहरणे : সীতাৰ লʼৰাটো বৰ ধুনীয়া
समानार्थी : ধুনীয়া, সুচাৰু
स्थापित करा