अर्थ : কোনো নি্র্ধাৰিত সীমা, ঠাই আদিৰ ভিতৰলৈ অহা কার্য
उदाहरणे :
তেওঁ বলপূর্বক্্ভাৱে দুজন লোকক চিনেমা ঘৰত প্রৱেশ কৰালে
समानार्थी : প্রৱেশ কৰোৱা
अर्थ : কোমল অংশত কোনো জোঙা বস্তু আদি ভৰাই দিয়া
उदाहरणे :
তেওঁ ্ মোৰ হাতত বেজীৰে খুঁচি দিলে
समानार्थी : খুঁচি দিয়া, খুঁচ্া, সুমুৱাই দিয়া