सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজন ব্যক্তিয়ে সকলোৰে লগত ভাল, মৰমলগা আৰু উচিত ব্যৱহাৰ কৰে
उदाहरणे : সৎ লোকৰ আদৰ কৰা
समानार्थी : ভাল মানুহ, সজ্জন, সৎপুৰুষ, সৎলোক
अर्थ : যাৰ স্বভাৱ ভাল
उदाहरणे : সৌম্য লোকে নিজৰ আচৰণৰ দ্বাৰা সকলোৰে হৃদয় জয় কৰে
समानार्थी : সুশীল, সৌম্য
अर्थ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
उदाहरणे : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
समानार्थी : ভাল, সজ্জন, সাধু, সৎ
स्थापित करा