सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি আনন্দ দিয়ে বা যাৰ পৰা আনন্দ বা প্রসন্নতা পোৱা যায় বা যি প্রসন্নতাৰ কাৰণ হয়
उदाहरणे : আপোনাৰ সংগই মোৰ বাবে আনন্দ
समानार्थी : আনন্দ, প্রসন্নতা, হর্ষ, ্আনন্দদায়ক
अर्थ : যিয়ে আনন্দ প্রদান কৰে
उदाहरणे : মোৰ ভ্রমণটো আনন্দদায়ক আছিল অন্তাক্ষৰী এটা আনন্দপ্রদ খেল
समानार्थी : আনন্দকাৰী, আনন্দদায়ক, আনন্দদায়ী, আনন্দপ্রদ, ৰমণীয়
अर्थ : যিয়ে সকলো সুখ লাভ কৰিছে বা যিজন সুখত থাকে:আমি সকলোৰে সুখী জীৱন কামনা কৰোঁ
उदाहरणे :
समानार्थी : সুখকাৰক, সুখকৰ, সুখজনক, সুখময়, সুখী
अर्थ : সুখ বা আনন্দ দিওতাঁ
उदाहरणे : আপোনাৰ সান্নিধ্য মোৰ বাবে সুখদায়ক
समानार्थी : সুখকাৰী, সুখদায়ক, সুখদায়ী, সুখপূর্ণ, সুখী
स्थापित करा