अर्थ : সীমা ৰক্ষা কৰা চিপাহী
उदाहरणे :
সীমাৰক্ষকে নিজৰ জীৱনৰ চিন্তা নকৰাকৈয়ে সীমান্তত পহৰা দি থাকে
समानार्थी : সীমা ৰক্ষক, সীমাৰক্ষক
अर्थ : যি সীমা ৰক্ষা কৰে
उदाहरणे :
সীমা ৰক্ষক জোৱান দেশৰ প্রকৃত সন্তান
समानार्थी : সীমা ৰক্ষক, সীমাপাল