सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
उदाहरणे : লতাই কুর্তাটোত বুটাম লগাই আছে
समानार्थी : চিলাই কৰা, জোৰা লগোৱা, লগোৱা, সীৱন কৰা
अर्थ : কাপোৰৰ টুকুৰাক সুতা আদিৰ সহায়ত জোৰা লগোৱা কার্য
उदाहरणे : দর্জীয়ে চোলা চিলাই আছে
समानार्थी : চিলাই কৰা, চিলোৱা, সীয়ন কৰা
स्थापित करा