सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জুইৰ ওপৰত ৰাখি গলোৱা বা তৈয়াৰ কৰা কার্য
उदाहरणे : মাংসখিনি ভালদৰে সিজোৱা নাই
समानार्थी : ৰন্ধা
अर्थ : যিটো পানীত উতলাই সিজোৱা হৈছে
उदाहरणे : ৰাতিপুৱাৰ আহাৰত তেওঁ সিজোৱা কণী খায়
समानार्थी : সিদ্ধ
स्थापित करा