पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সিংহলী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সিংহলী   বিশেষ্য

अर्थ : সিংহল দ্বীপৰ অধিবাসী

उदाहरणे : সিংহলী আৰু তামিল দুয়োপক্ষই শ্রীলংকাৰ সমস্যাৰ শীঘ্রে সমাধান হোৱাটো বিচাৰে

समानार्थी : শ্রীলংকা বাসী, শ্রীলংকা-বাসী, শ্রীলংকাবাসী, সিংহল

अर्थ : সিংহল দ্বীপৰ ভাষা

उदाहरणे : শ্রীলংকাত সিংহলী তথা তামিল দুয়োটা ভাষাৰ প্রচলন আছে

अर्थ : পালি, সিংহলী আদি ভাষা লিখা লিপি

उदाहरणे : তেওঁ সিংহলীত লিখা শ্্ব্দবোৰ পঢ়িবলৈ চেষ্টা কৰি আছে

समानार्थी : সিংহলী লিপি

সিংহলী   বিশেষণ

अर्थ : সিংহল দ্বীপ বা সিংহল দ্বীপৰ সৈতে সম্বন্ধ থকা

उदाहरणे : সিংহলী সমস্যাই দেশৰ বিকাশত বাধা-প্রদান কৰি আছে

समानार्थी : শ্রীলংকান

अर्थ : সিংহল দ্বীপত থকা

उदाहरणे : বোমা বিস্ফোৰণত ভালেমান সিংহলী সৈন্য নিহত হʼল

अर्थ : সিংহলী ভাষা সম্বন্ধীয় বা সিংহলী ভাষাৰ

उदाहरणे : মই সিংহলী সাহিত্য পঢ়িবলৈ ভাল পাওঁ

चौपाल