अर्थ : কোনো বিশেষ সম্প্রদায়ৰ সৈতে সম্বন্ধ ৰাখোঁতা
उदाहरणे :
জৈনসকলৰ সাম্প্রদায়িক মতানুসৰি যিকোনো জীৱৰ হত্যা কৰাটো মহাপাপ
अर्थ : সম্প্রদায়ৰ সৈতে সম্বন্ধ ৰাখোঁতা বা সম্প্রদায়ৰ
उदाहरणे :
ধর্মীয় কাৰণত বহুবাৰ দেশত গোষ্ঠীগত ্সংঘর্ষ হৈ আহিছে
समानार्थी : গোষ্ঠীগত