सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জনসাধাৰণ বিশেষকৈ গ্রাম্যলোকৰ মাজত প্রচলিত গাথা বা কাহিনী
उदाहरणे : সৰুতে আইতাৰ পৰা সাধু শুনিবলৈ খুউব জোৰ কৰিছিলো
समानार्थी : গল্প, লোক কথা, লোক কাহিনী, লোককথা
अर्थ : সংসাৰিকতাৰ পৰা আঁতৰি থকি ধার্মিক জীৱন কটোৱা পুৰুষ
उदाहरणे : সাধুৰ জীৱন পৰোপকাৰতেই পাৰ হয়
समानार्थी : মহাত্মা, সন্ত
अर्थ : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি
उदाहरणे : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো
समानार्थी : বৈৰাগী, সন্ত, সন্ন্যাসী
अर्थ : মনত কোনো বেয়া ভাব বা কপটতা নৰখা
उदाहरणे : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে
समानार्थी : অকপটীয়া, ঋজু, গুণী, যোগ্য, সজ, সত্যাচাৰী, সদাচাৰী, ৰিজু
अर्थ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
उदाहरणे : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
समानार्थी : ভাল, সজ্জন, সুজন, সৎ
स्थापित करा