पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সাজ-সজ্জা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সাজ-সজ্জা   বিশেষ্য

अर्थ : সাজ-সজ্জা কৰা বা সজ্জিত হোৱা কার্য

उदाहरणे : বেছিভাগ মহিলাই সাজোন-কাচোন কৰিহে ঘৰৰ পৰা বাহিৰলৈ ওলায় মোৰ সাজোন-কাচোন কৰি ভাল নালাগে

समानार्थी : সাজোন-কাচোন

अर्थ : অলংকৃত কৰা বা সজোৱা কার্য

उदाहरणे : ৰাজকুমাৰৰ ৰাজ-অভিষেক উপলক্ষে ৰাজপ্রাসাদৰ সাজ-সজ্জা চকুত লগা ধৰণে কৰিছিল

समानार्थी : অলংকৰণ

अर्थ : আ-অলংকাৰ, কাপোৰ আদিৰে স্ত্রীসকলে নিজকে নিজে সজোৱা কার্য

उदाहरणे : সীতাই প্রসাধন-কক্ষত এঘণ্টা ধৰি ৰূপসজ্জা কৰি আছে

समानार्थी : শৃংগাৰ, শৃঙ্গাৰ, সাজোন-কাচোন, ৰূপসজ্জা

चौपाल