पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সাজোন-কাচোন शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সাজোন-কাচোন   বিশেষ্য

अर्थ : উপৰুৱাকৈ কৰা শৃংগাৰ

उदाहरणे : শীলাই কʼৰবালৈ যোৱাৰ আগতে ঘণ্টা ধৰি সাজন-কাচন কৰে

समानार्थी : সাজন-কাচন

अर्थ : সাজ-সজ্জা কৰা বা সজ্জিত হোৱা কার্য

उदाहरणे : বেছিভাগ মহিলাই সাজোন-কাচোন কৰিহে ঘৰৰ পৰা বাহিৰলৈ ওলায় মোৰ সাজোন-কাচোন কৰি ভাল নালাগে

समानार्थी : সাজ-সজ্জা

अर्थ : আ-অলংকাৰ, কাপোৰ আদিৰে স্ত্রীসকলে নিজকে নিজে সজোৱা কার্য

उदाहरणे : সীতাই প্রসাধন-কক্ষত এঘণ্টা ধৰি ৰূপসজ্জা কৰি আছে

समानार्थी : শৃংগাৰ, শৃঙ্গাৰ, সাজ-সজ্জা, ৰূপসজ্জা

সাজোন-কাচোন   বিশেষণ

अर्थ : যি সাজ-সজ্জা কৰিছে

उदाहरणे : সমাৰোহলৈ উপস্থিত প্রত্যেক ব্যক্তিয়ে সাজোন-কাচোন কৰি আহিছিল

चौपाल