सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি ব্যক্তিয়ে কোনো কাম আদিত সহযোগ কৰে
उदाहरणे : এই কামত তেওঁ ্ মোৰ সহযোগী
समानार्थी : সহকাৰী, সহযোগকাৰী, সহযোগী, সহযোগী ব্যক্তি
अर्थ : যিজন কোনো কাম কৰিবৰ কাৰণে সহায়ক স্বৰূপ হয়
उदाहरणे : সহযোগীৰ অবিহনে এই কামটো সম্পূর্ণ নহʼব
समानार्थी : উপসহায়ক, পালি, সহযোগী
अर्थ : যি কোনো কাম আদিত সহায় কৰে
उदाहरणे : ৰাম মোৰ সহযোগী
समानार्थी : সহযোগী
स्थापित करा