अर्थ : যিজন সদায় কাৰোবাৰ লগত থাকে
उदाहरणे :
ৰাম আৰু শ্যাম প্রকৃত সহযোগী কিয়নো তেওঁলোক যʼলৈ যায় একেলগে যায়
अर्थ : যি ব্যক্তিয়ে কোনো কাম আদিত সহযোগ কৰে
उदाहरणे :
এই কামত তেওঁ ্ মোৰ সহযোগী
समानार्थी : সহকাৰী, সহযোগকাৰী, সহযোগী ব্যক্তি, সহায়ক