अर्थ : সস্তা বা কম মূল্যৰ এক অৱস্থা বা ভাব
उदाहरणे :
অল্পমূল্যতাৰ কাৰণে বস্তুবোৰৰ বিক্রী বাঢ়িছে
समानार्थी : অল্পমূল্যতা
अर्थ : সস্তা হোৱা অৱস্থা বা ভাব
उदाहरणे :
আজিকালি বজাৰত সস্তাৱস্থা কʼত আছে ?
अर्थ : যি সময়ত কোনো বস্তু সস্তাত পোৱা যায়
उदाहरणे :
এই ঘড়ীটো সস্তাৱস্থাত কিনিছিলোঁ