अर्थ : যিয়ে সর্বোচ্চ স্থান লাভ কৰিছে
उदाहरणे :
কালি আমাৰ বিদ্যালয়ত অহা পাঁচ বছৰ ধৰি ্সর্বশ্রেষ্ঠ হৈ অহাসকলক সন্মানিত কৰা হʼব
समानार्थी : টপাৰ
अर्थ : যি সকলোতকৈ শ্রেষ্ঠ বা উত্তম
उदाहरणे :
মনোজক বিদ্যালয়ৰ সর্বশ্রেষ্ঠ ছাত্র হিচাপে নি্র্বাচন কৰা হৈছে
समानार्थी : অন্যতম, সর্বোত্তম, সর্বোৎকৃষ্ট