सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সময় অনুসৰি
उदाहरणे : যিকোনো কাম যথাসময়ত কৰা উচিত
समानार्थी : ঠিক সময়ত, যথা কালত, যথা সময়ত, যথাকালত, যথাসময়ত, সময়মতে, সসময়ত, সসময়তে
अर्थ : ভালেমান সময় পাৰ হৈ যোৱাৰ পিছত
उदाहरणे : কালান্তৰত তেওঁ ঘটি যোৱা ঘটনাবোৰ পাহৰি গʼল আৰু পুনৰ ৰামুৰ সৈতে বন্ধুত্ব কৰিলে
समानार्थी : অইন সময়ত, অন্যসময়ত, কালান্তৰত, সময়ৰ অন্তত
स्थापित करा