अर्थ : বিবাহ বা তাৰ নিশ্চয়
उदाहरणे :
মংগলাৰ বাবে বিলাসপুৰত সম্বন্ধ ঠিক হʼল
अर्थ : দুটা বস্তুৰ মাজত কোনো ধৰণৰ সম্পর্কৰ বিষয়ে বর্ণ্্না কৰা তত্ত্ববিশেষ
उदाहरणे :
একেলগে থাকোতে থাকোতে জন্তুৰ লগতো সম্বন্ধ হৈ যায়
समानार्थी : সম্পর্ক
अर्थ : সম্বন্ধীয় হোৱা এক অৱস্থা
उदाहरणे :
সম্বন্ধ দুয়োফালৰ পৰা বর্তাই ৰাখিলেহে জীয়াই থাকে
अर्थ : মানুহৰ সেই পাৰস্পৰিক সম্বন্ধ যিটো এটা বংশত জন্ম লোৱা অথবা বিবাহ আদি কৰাৰ পৰা হয়
उदाहरणे :
মাধুৰিমাৰ সৈতে আপোনাৰ সম্পর্ক কি ?
समानार्थी : সম্পর্ক
अर्थ : একেলগে মিলি থকা, জোৰা লগা বা বান্ধ খোৱা কার্য
उदाहरणे :
বানপানীৰ কাৰণে গাঁৱৰ সম্বন্ধ অন্য ঠাইৰ সৈতে বিচ্ছিন্ন হৈ পৰিল প্রেম-ভাৱেৰে পাৰস্পৰিক ্সম্পর্কত ঘনিষ্ঠতা আনিব পাৰি
समानार्थी : সম্পর্ক