सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : মানৱ সমাজত বংশ-পৰম্পৰা অনুসৰি কৰা শ্রেণীবিভাগ:হিন্দু সমাজত একে জাতিৰ ভিতৰতে বিয়া হোৱা প্রথা আছে
उदाहरणे :
समानार्थी : কুল, গোত্র, জাত, জাত-কুল, জাতি, বংশ, বর্ণ, ্ জাত-পাত
अर्थ : কোনো বিশেষ ধার্মিক মত বা প্রণালী
उदाहरणे : তেওঁ শৈৱ ্সম্প্রদায়ৰ অনুগামী
समानार्थी : পন্থ
अर्थ : কোনো বিষয় বা সিদ্ধান্তৰ বিষয়ে একেধৰণৰ মত পোষণ কৰা লোক বা শ্রেণী
उदाहरणे : জৈন ধর্মৰ অন্তর্গত ্দুটা শাখা আছে- দিগম্বৰ আৰু শ্বেতাম্বৰ
समानार्थी : শাখা
स्थापित करा