सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সংযোজিত হোৱা ভাব বা ক্রিয়া
उदाहरणे : এই ঔষধটোত ভালেমান পদার্থৰ সংমিশ্রণ ঘটোৱা হৈছে
समानार्थी : সংমিশ্রণ, সংযোজন, সমাহাৰ
अर्थ : বিশাল জনসমাগমৰ প্রদর্শন
उदाहरणे : এই সমাবেশত ডাঙৰ ডাঙৰ নেতাই অংশগ্রহণ কৰিছে
समानार्थी : জনসভা, সমাবেশ, ৰেলি
स्थापित करा