सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য
उदाहरणे : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ
समानार्थी : আৰম্ভ, আৰম্ভণ, আৰম্ভণি, উপক্রম, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সূচনা, সূত্রপাত
अर्थ : কোনো কার্য আদিৰ শুভাৰম্ভণ হোৱা
उदाहरणे : আমাৰ অঞ্চলত এখন নতুন আঁচনি আৰম্ভ হৈছে
समानार्थी : আৰম্ভ হোৱা, আৰম্ভণি হোৱা, শুৰু হোৱা
स्थापित करा