अर्थ : কোনোবাই কৰা কামৰ সন্মুখত ৰৈ দিয়া পৰামর্শক সঠিক বুলি মানি লৈ দিয়া স্বীকৃতি
उदाहरणे :
আমি এই প্রস্তাৱটোত অনুমোদন জনাইছোঁ
समानार्थी : অনুমোদন
अर्थ : কোনো কথা বা বিচাৰত উপস্থিত বা সম্বন্ধ থকা সকলো লোকে একেটা কথাতে সন্মতি দিয়া এক পৰিস্থিতি
उदाहरणे :
সর্বসন্মতিৰে ৰামক এই সংস্থাটোৰ সচিব নি্র্বাচন কৰা হৈছে
समानार्थी : অনুমোদন, মঞ্জুৰ, সর্বসন্মতি