सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শীল আৰু সজ্জন হোৱা ভাব
उदाहरणे : সকলোৰে সৈতে শিষ্টতাপূর্ণ ব্যৱহাৰ কৰিব লাগে
समानार्थी : ভদ্রতা, শালীনতা, শিষ্টতা, সজ্জনতা
अर्थ : যি কথা বা কামে কোনো জাতি বা ৰাষ্ট্রক উন্নত, শিক্ষিত আৰু সৌজন্যমূলক হিচাপে সূচায়
उदाहरणे : হৰপ্পা আৰু মহেঞ্জোদাৰো ভাৰতৰ প্রাচীন সভ্যতাৰ উৎকৃষ্ট নি্দর্শন
अर्थ : সদস্য হোৱা অৱস্থা বা ভাব
उदाहरणे : শীতলে ছাত্র পৰিষদৰ সভ্যতা গ্রহণ কৰিলে
समानार्थी : সদস্যতা
स्थापित करा