सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো গুৰুত্বপূর্ণ বিষয়ৰ আলোচনা কৰিবলৈ আযোজন কৰা অনুষ্ঠান:কৃষকৰ ৰাষ্ট্রীয় সভাত কৃষকসকলৰ সমস্যা সম্পর্কে বিতং আলোচনা কৰা হʼল
उदाहरणे :
समानार्थी : অধিৱেশন, কনফাৰেন্স, বৈঠক, মিটিং, মেল-মিটিং, সন্মিলন, সন্মিলনী
अर्थ : মানুহৰ আনুষ্ঠানিক দল বা সংগঠন
उदाहरणे : ফেব্রুৱাৰীত সংসদ সভা ভংগ কৰা হʼব
समानार्थी : কমিটি, পৰিষদ, সমিতি
स्थापित करा