सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু পচন্দ কৰা বা ভাল বুলি অনুভৱ কৰা কার্য ্বা ভাব
उदाहरणे : তেওঁৰ সন্মতিত আমি সন্তুষ্ট হৈছোঁ
समानार्थी : অনুমোদন, স্বীকৃতি
अर्थ : ওঁ বুলি কোৱা কার্য
उदाहरणे : দেউতাই সন্মতি দিলেহে মই এইটো কাম কৰিম
समानार्थी : হয়ভৰ
अर्थ : সহমত প্রকাশ কৰা ভাব বা কার্য
उदाहरणे : তেওঁলোক দুয়োজনে সন্মতি জনাইছে
समानार्थी : ্মান্তি, ্সমর্থন, ৰাজি, ৰাজী
अर्थ : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি
उदाहरणे : পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে
समानार्थी : অনুজ্ঞা দান, মঞ্জুৰি, সুযোগ
स्थापित करा