पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সন্ধি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সন্ধি   বিশেষ্য

अर्थ : দুই বা ততোধিক অংগ, খণ্ড বা বস্তু আদিৰ জোৰা লগা স্থান

उदाहरणे : কাপোৰৰ জোৰাখিনি ফাটি থাকিল

समानार्थी : জোৰা, সন্ধি স্থল, সন্ধি-স্থল

अर्थ : ব্যাকৰণত ওচৰা ওচৰিকৈ থকা দুটা শ্্ব্দৰ মিলন ঘটি হোৱা ৰূপান্তৰ

उदाहरणे : বিদ্যা আৰু আলয়ৰ মাজত সন্ধি হৈ বিদ্যালয় হৈছে

अर्थ : লেন-দেন, ব্যৱহাৰ, কাজিয়া আদি ্ সম্পর্কত ্ সকলো পক্ষৰ পৰস্পৰৰ মাজত হোৱা নিষ্পত্তি

उदाहरणे : কাশ্মীৰৰ সমস্যা সন্দর্ভত ্ ভাৰত-পাকিস্তানৰ মাজত সন্ধি হোৱা আৱশ্যক

समानार्थी : সন্ধিচুক্তি

अर्थ : শৰীৰৰ অংগৰ যিখিনি অংশত ্ ভাঁজ লগাব পাৰি বা হাওলিব পাৰি

उदाहरणे : মোৰ আঙুলিৰ ্ গাঁঠিত বিষ হৈছে

समानार्थी : গাঁঠি, গ্রন্থি, জোৰা

अर्थ : এতিয়াৰ পৰা আমি নিজৰ মাজত কেতিয়াও যুদ্ধ নকৰো আৰু মিত্রভাৱে থাকিম অথবা ঠাইভেদে নির্দিষ্ট নিয়ম মানি চলিম বুলি ৰাজ্য, দল আদিৰ মাজত হোৱা নিশ্চিতি:আভ্যন্তৰীণ কার্যত হস্তক্ষেপ নকৰো বুলি দুয়োখন ৰাজ্যৰ মাজত সন্ধি হʼল

उदाहरणे :

समानार्थी : চুক্তি, বুজাপৰা

चौपाल