सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সংসাৰিকতাৰ পৰা আঁতৰি থকি ধার্মিক জীৱন কটোৱা পুৰুষ
उदाहरणे : সাধুৰ জীৱন পৰোপকাৰতেই পাৰ হয়
समानार्थी : মহাত্মা, সাধু
अर्थ : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি
उदाहरणे : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো
समानार्थी : বৈৰাগী, সন্ন্যাসী, সাধু
स्थापित करा