सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : এনে কোনো কথা যাৰ অনুভূতি বা জ্ঞান কোনো বিশেষ অৱস্থা বা কোনো কাম কৰোতে হয়
उदाहरणे : ধ্যান অৱস্থাতহে জীৱনৰ মূল সত্যৰ উপলব্ধি হয়
समानार्थी : যথার্থ্্তা
अर्थ : যি ন্যায়সংগত, উচিত আৰু ্ ধর্মৰ সৈতে সম্বন্ধিত
उदाहरणे : সত্য ৰক্ষাৰ কাৰণে তেওঁ নিজৰ জীৱন ্ উচর্গা কৰিলে
समानार्थी : ঋত, ন্যায্য, যথাযথতা, যথার্থত্া, যাথার্থ্য, সঁচ্া, সইত, সত্যতা
अर्थ : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই
उदाहरणे : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে
समानार्थी : ঠিক, যথার্থ, সঁ্চা
अर्थ : যিটো বাস্তৱত আছে বা হৈছে
उदाहरणे : মই এইমাত্র এটা অবিশ্বাস্য কিন্তু ্সঁ্চা ঘটনা শুনিলোঁ
समानार्थी : অকল্পিত, অকাল্পনিক, অস্তিত্বশীল, অস্তিমান, প্রকৃত, বাস্তৱ, বাস্তৱিক, যথার্থ, লৌকিক, সঁ্চা, সত্তাযুক্ত, ্ পার্থিৱ
स्थापित करा